This page contains posts with affiliate links. For more details, please see our Affiliate Disclosure.
- ইনফ্লুয়েঞ্জাৰ হোমিওপেথিক চিকিৎসাby Naivedyanandan Sponowalইনফ্লুয়েঞ্জাৰ হোমিওপেথিক চিকিৎসা হোমিওপেথিক চিকিৎসা পদ্ধতিত ইনফ্লুয়েঞ্জাৰ অতি ফলপ্ৰসূ নিৰাময় ব্যৱস্থা আছে । ইনফ্লুয়েঞ্জাৰ চিকিৎসাত ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে– জেলসিমিয়াম ( Gelsemium): জেলসিমিয়াম হৈছে ইনফ্লুয়েঞ্জাত ব্যৱহাৰ হোৱা এক প্ৰসিদ্ধ ঔষধ । এই ঔষধ ইনফ্লুয়েঞ্জাই আক্ৰমণ কৰাৰ লগে লগে ব্যৱহাৰ কৰিব লাগে । এই ঔষধ ব্যৱহাৰ হোৱাৰ প্ৰধান লক্ষণ হল চাওঁতে চাওঁতে ৰোগীৰ হাত-ভৰি অৱশ … Read more
- ইউৰেথ্ৰাইটিছ(Urethritis): লক্ষণ আৰু চিকিৎসাby Naivedyanandan Sponowalইউৰেথ্ৰাইটিছ(Urethritis) ৰোগৰ লক্ষণ Disclaimer: This post contains affiliate links. If you make a purchase through them, I may earn a small commission at no extra cost to you. এই ৰোগত কেৱল মূত্ৰনলী আক্ৰান্ত হয় । লক্ষণবোৰ দেখাত মূত্ৰপাথৰী(কিডনী ষ্টোন) ৰোগত প্ৰস্ৰাৱ নলী আক্ৰান্ত হোৱাৰ দৰে প্ৰায় একে । যেনে ঘনাই প্ৰস্ৰাৱ লগা, প্ৰস্ৰাৱত জ্বলা-পোৰা কৰা, টোপ টোপকৈ প্ৰস্ৰাৱ হোৱা আদি … Read more
- গৰল ৰোগ(Goiter) ৰোগ : লক্ষণ আৰু চিকিৎসা
by Naivedyanandan Sponowalগৰল( Goiter) ৰোগ কি ? গৰল ৰোগ হৈছে থাইৰইড গ্লেণ্ডৰ বিকৃতি ঘটি এই গ্লেণ্ড ফুলি যোৱা এক অৱস্থা । এই ৰোগত ডিঙিৰ তলত কামিহাড়ৰ ওপৰ ফালে বা দুই ফালে ফুলে । আকাৰত ই বগৰী এটাৰ পৰা বেল একোটাৰ সমান হয় বা তাতকৈ ডাঙৰ হয় । গুৰুত্বপূৰ্ণ কথাটো হৈছে পৃথিৱীৰ ভিতৰত অসমত এই ৰোগ সৰ্বাধিক হোৱা দেখা যায় । এই ৰোগ … Read more - ল্যাৰিণজাইটিছ(laryngitis)by Naivedyanandan Sponowalল্যাৰিণজাইটিছ(laryngitis)ৰ হোমিওপেথিক চিকিৎসা ডিঙিৰ ভিতৰৰ ঘটিটোক লেৰিংছ বোলে । এই ঘটিটোৰ ৰোগ হ’লে তাক ল্যাৰিণজাইটিছ(laryngitis) বোলে । ল্যাৰিণজাইটিছ(laryngitis)ৰ কাৰণ : এই ৰোগ সাধাৰণতে ঠাণ্ডা লগা, জোৰেৰে চিঞৰা বা কথা কোৱা, গান গোৱা, বক্তৃতা দিয়া, ঘনাই পানী লগা, টিবি,সিফিলিছ আৰু বীৰ্য্যৰ দোষ আদিৰ পৰা উৎপত্তি হয় । চিকিৎসা হোমিওপেথিক পদ্ধতিত লেৰিণজাইটিছ(laryngitis)ৰ চিকিৎসাত লক্ষণ অনুসাৰি কেইবাবিধো ঔষধ ব্যৱহাৰ হয় । যদি ঠাণ্ডা … Read more
- গান গোৱা বা বক্তৃতা দিয়াৰ বাবে ডিঙিৰ মাত ভঙা ফ্যাৰিংজাইটিজৰ লক্ষণ হ’ব পাৰেby Naivedyanandan Sponowalগান গোৱাৰ বা বক্তৃতা দিয়াৰ বাবে ডিঙিৰ মাত ভঙা ফ্যাৰিংজাইটিজৰ লক্ষণ হ’ব পাৰে ফ্যাৰিংজাইটিজৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা ডিঙিৰ ভিতৰৰ জিভাৰ তলৰ গাতটোক ফ্যাৰিংস বোলা হয় । এই ফ্যাৰিংসৰ ৰোগ হ’লে তাক ফ্যাৰিংজাইটিছ বোলা হয় । সাধাৰণতে অতিৰিক্ত ঠাণ্ডা লগাৰ ফলত এই ৰোগ হয় যদিও আন কাৰণ যেনে অতিৰিক্ত চিঞৰা বা বক্তৃতা দিয়া আদি কাৰণতো ফ্যাৰিংজাইটিজ হ’ব পাৰে । … Read more
- জঠৰ ৰোগ ( Paralysis): কাৰণ আৰু লক্ষণ সমূহby Naivedyanandan Sponowalজঠৰ ৰোগ ( Paralysis) জঠৰ ৰোগ বা পেৰেলাইসিস হৈছে এনে এটা অৱস্থা, য’ত শৰীৰৰ কোনো অংশৰ হঠাৎ অনুভূতি হেৰাই যায় আৰু লৰ-চৰ কৰাৰ ক্ষমতা নোহোৱা হৈ যায় । সাধাৰণতে স্নায়ুতন্ত্রৰ আঘাত, মগজুৰ ষ্ট্ৰ’ক, বা কেতবোৰ ৰোগৰ ফলত-(যেনে ব্লাড প্ৰেচাৰ আদি) জঠৰ ৰোগ হ’ব পাৰে। এই সমস্যাই মানুহৰ দৈনন্দিন জীৱনক গভীৰভাৱে প্ৰভাৱিত কৰে। জঠৰ ৰোগৰ প্ৰকাৰ জঠৰ ৰোগ দুই প্ৰকাৰৰ জেনেৰেল … Read more
