এনচেফলাইটিছ : ইয়াৰ বিভিন্ন অৱস্থা সমূহৰ অনুধাৱন আৰু হোমিওপেথীৰে সহযোগী চিকিৎসা

এনকেফেলাইটিছ কি ? এনকেফেলাইটিছ হৈছে মগজুৰ প্ৰদাহ, যাৰ ফলত স্নায়ুজনিত লক্ষণ আৰু জটিলতাৰ সৃষ্টি হ’ব পাৰে। সাধাৰণতে সংক্ৰমণ বা অটোইম্যুন প্ৰতিক্ৰিয়াৰ বাবে প্ৰদাহ হয়, যাৰ ফলত মগজুৰ কোষবোৰ ফুলি উঠে। ফলত মগজুৰ স্বাভাৱিক কাৰ্য্যক্ষমতা যথেষ্ট ক্ষতিগ্ৰস্ত হ’ব পাৰে । তৎকালীনভাৱে আৰু উপযুক্তভাৱে সমাধান নকৰিলে স্থায়ী ক্ষতি হ’ব পাৰে। এনকেফেলাইটিছক দুটা মূল ভাগত ভাগ কৰিব পাৰি … Read more

খং-ক্ষোভ, দুখ-শোক বা অপমান আদি দমাই ৰাখিছে নেকি ? সাৱধান ! ই হিষ্টেৰিয়াৰ কাৰণ হ’বগৈ পাৰে ।

হিষ্টেৰিয়া: কাৰণ,লক্ষণ আৰু ইয়াৰ হোমিওপেথিক চিকিৎসা হিষ্টেৰিয়া ৰোগ কি ? : ঐতিহাসিকভাৱে বহু বিতৰ্কিত মানসিক বিকাৰ হিষ্টেৰিয়াই যুগ যুগ ধৰি চিকিৎসক সকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। প্ৰাচীন চিকিৎসা গ্ৰন্থত প্ৰথমে স্বীকৃতি পোৱা হিষ্টেৰিয়াৰ বিশেষকৈ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনৰ ভিতৰত যথেষ্ট পুনৰ মূল্যায়ন কৰা হৈছে। ‘হিষ্টেৰিয়া’ শব্দটো গ্ৰীক শব্দ ‘হিষ্টেৰা’ অৰ্থাৎ “জৰায়ু”ৰ পৰাই উদ্ভৱ হৈছে । সেয়ে … Read more

ডিছমেন’ৰিয়াৰ হোমিওপেথিক চিকিৎসা

Disclosure This post contains affiliate links, which means I may earn a commission if you click through and make a purchase at no extra cost to you. For more details, please see my Affiliate Disclosure. এই ৰোগক বাধক বা অনিয়মিত ঋতুস্ৰাৱৰ ৰোগ বুলিও কোৱা হয় । এই ৰোগত মহিলাই পেটৰ তলৰ অংশত বিষ অনুভৱ কৰে … Read more

প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ হোমিও চিকিৎসা

প্ৰষ্টেট গ্লেণ্ডৰ লগত সম্পৰ্ক থকা কেইবিধমান সাধাৰণ সমস্যা তলত আলোচনা কৰা হৈছে । প্ৰ’ষ্টেট গ্লেণ্ডৰ সমস্যাৰ হোমিওপেথিক পদ্ধতিত চিকিৎসাৰ ব্যৱস্থা আছে । Sabal Serrulata : প্ৰ’ষ্টেট গ্লেণ্ড বৃদ্ধিৰ বাবে সাধাৰণতে ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ বিধ হৈছে সাবাল সেৰুলেতা ( Sabal Serrulata ) । প্ৰ’ষ্টেট গ্ৰন্থীৰ বৃদ্ধিৰ ফলত প্ৰস্ৰাৱ নিৰ্গমনত হোৱা অসুবিধা যেনে মূত্ৰাৱৰোধ আদি সাবাল … Read more

সঘনাই ব্যৱহাৰ হোৱা কেইটামান অতি প্ৰয়োজনীয় হোমিওপেথিক ঔষধ

Disclosure This post contains affiliate links, which means I may earn a commission if you click through and make a purchase at no extra cost to you. For more details, please see my Affiliate Disclosure. হোমিওপেখিত চিকিৎসা ব্যৱস্থাত যি সমূহ ঔষধ ব্যৱহাৰ কৰা হয় তাৰ সীমা-সংখ্যা সঠিককৈ কোৱা টান কাৰণ নতুন নতুন ঔধষৰ পৰীক্ষা আৰু … Read more

বাত ৰোগ( RHEUMATISM)ৰ হোমিওপেথিক চিকিৎসা

বাত ৰোগ হঠাৎ বাতৰোগ উৎপত্তি সন্ধি বিলাকত বেজিয়ে খোচাৰ দৰে বিষ বাত ৰোগ দুই প্ৰকাৰৰ নতুন সন্ধিবাত সন্ধিবাতত প্ৰথমে আঁঠু আক্ৰান্ত হয় । ক্ৰমান্বয়ে ইটোৰ পিছত সিটো সন্ধি ফুলিবলৈ ধৰে । বিষ এটা সন্ধিৰ পৰা আন এটা সন্ধিলৈ পৰিচালিত হয় । বিষৰ কাৰণে হাত-ভৰি লৰাব নোৱাৰে । ইকাটি-সিকাটি হ’ব নোৱাৰে । ১০৪/ ১০৫ ডিগ্ৰীলৈকে জ্বৰ … Read more