আপুনি জানে নে হজম শক্তি কম হ’লেও ডায়েৰীয়া ৰোগ হয় ?
ডায়েৰীয়া হোৱাৰ বহু কাৰণৰ ভিতৰত এটা হ’ল হজম শক্তি কম হোৱা । হজম শক্তি কম হৈ ডায়েৰীয়া হোৱাৰ লক্ষণ হ’ল-যি খায় হজম নহৈ সেই খাদ্য শৌচৰ লগত ওলায় ।
খোৱাৰ পাছতেই শৌচ কৰিব লাগে বা খাই থাকোতেই শৌচ কৰিব লাগে ।
শৌচৰ লগত বায়ু যায় ।