নেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ
নেৰানেপেৰা জ্বৰ ( Continued Fever) আৰু পাল জ্বৰ ( Remittent Fever )ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল নেৰানেপেৰা জ্বৰ (Continued Fever ) : নেৰানেপেৰা জ্বৰৰ আৰম্ভনিতে ৰোগীৰ জ্বাৰ লাগে , কঁপে আৰু সমগ্ৰ শৰীৰত বিষ হয় । বমি হয় বা বমি কৰিম কৰিম লাগি থাকে । Pulse অৰ্থাৎ নাড়ী ঘনাই চলে । জ্বৰৰ তাপ ১০২ … Read more