নেৰানেপেৰা জ্বৰ(Continued Fever) আৰু পাল জ্বৰ( Remittent Fever ) কি? ইয়াৰ লক্ষণ আৰু হোমিওপেথিক চিকিৎসা

নেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ(Remittent Fever)ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল নেৰানেপেৰা জ্বৰ (Continued Fever ) : নেৰানেপেৰা জ্বৰৰ আৰম্ভনিতে ৰোগীৰ জ্বাৰ লাগে , কঁপে আৰু সমগ্ৰ শৰীৰত বিষ হয় । বমি হয় বা বমি কৰিম কৰিম লাগি থাকে । Pulse অৰ্থাৎ নাড়ী ঘনাই চলে । জ্বৰৰ তাপ ১০২ ডিগ্ৰীৰ পৰা ১০৫ ডিগ্ৰীলৈকে … Read more