আদিতে চিকিৎসা নহ’লে হাম জ্বৰ বা সৰু আই ( Measles ) জটিল হ’ব পাৰে
হামজ্বৰ আৰু ইয়াৰ লক্ষণ এই ৰোগত শৰীৰৰ বিভিন্ন অংশত ঘামচিৰ দৰে ৰঙা উদ্ভেদ থোপা পাতি ওলায় । এই উদ্ভেদবোৰ ওলাবৰ সময়ত গোটেই শৰীৰত ভয়ংকৰ চিত চিতনি আৰু খজুৱতি হয় । শৰীৰত সৰু আই প্ৰকাশ হোৱাৰ ৩/৪ দিন আগৰে পৰা ইনফ্লুয়েঞ্জাৰ লক্ষণ সমূহ প্ৰকাশ পায় । চকু-মুখ ফোলা,হাঁচি,কাহ ,জ্বৰ আদি থাকিব পাৰে । জ্বৰৰ তাপ ১০১ … Read more