জ্বৰত আৰ্চেনিক এলবাম ( Arsenic Albam )ৰ ব্য়ৱহাৰ
জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে আৰ্চেনিক এলবাম ( Arsenic Albam ) এই ঔষধ ব্য়ৱহাৰ হোৱা ৰোগীৰ জ্বৰ দিনৰ বা ৰাতিৰ ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত বৃদ্ধি হয় ( Temperature increases From 12 A.M to 2 A.M or 12 P.M. 2 P.M everyday ) । জ্বৰ যিমানেই বৃ্দ্ধি হয় ৰোগী সিমানেই অস্থিৰ … Read more