জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ

জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ সৰু ল’ৰা- ছোৱালী বিলাকৰ জ্বৰত সাধাৰণতে এই ঔষধ ব্য়ৱহাৰ হয় । এই ঔষধৰ প্ৰধান লক্ষণ হ’ল মূৰটো ঘামে । সৰু ল’ৰা-ছোৱালীবোৰে সকলো সময়তে আমনি কৰি থাকে । খেলিবলৈ দিলে খেলা বস্তু দলিয়াই দিয়ে । পেন পেনাই থাকে । কেৱল কোলাত লৈ ফুৰিলে আনমি নকৰে । এনে লক্ষণ পালে নেৰানেপেৰা … Read more