পানী লগা ৰোগ বা সাধাৰণ চৰ্দি(Common Cold)ৰ কাৰণ আৰু লক্ষণ

পানী লগা সাধাৰণতে বতৰ পৰিবৰ্ত্তন আৰু ঠাণ্ডা লগাৰ বাবে উৎপত্তি হয় ।
কিছুমান মানুহৰ বা ল’ৰা-ছোৱালীৰ বতৰ পৰিবৰ্ত্তন বা ঠাণ্ডা লগাৰ লগত সম্বন্ধ নেথাকি প্ৰায়ে সঘনাই পানী লাগি থাকে । তেনে কিছু উদাহৰণ হ’ল–

এডিনাইট ,পলিপি আদি নাকৰ ৰোস্নায়ু দুৰ্বল হ’লে বা যৌন ব্যাধি থাকিলে প্ৰায়ে পানী লাগি থাকে ।