বতৰ অনুপাতে ৰোগ বৃদ্ধি আৰু ইয়াৰ হোমিওপেথিক চিকিৎসা

এক’নাইট নেপ(Aconite Nap)-অতিৰিক্ত গৰম বা চেঁচা পৰিলে,ঋতু পৰিবৰ্ত্তন হ’লে, হঠাৎ বৰষুণ পৰি ঘাম বন্ধ হ’লে,শুকান বতাহ লাগি ৰোগ হ’লে প্ৰথমে এক’নাইট নেপ ব্যৱহাৰ কৰা হয় ।এক’নাইট নেপৰ ৰোগীৰ শৰীৰত ঘাম নেথাকে । এনে ধৰণৰ লক্ষণ থকা প্ৰায় বিলাক ৰোগ প্ৰথমে ব্যৱহাৰ কৰিলে এক’নাইট নেপৰ দ্বাৰাই আৰোগ্য হয় । মাৰকিউৰিয়াচ চল(Mercurius Sol)-প্ৰত্যেক ঋতু পৰিবৰ্ত্তনৰ সময়ত,নিয়ৰ পৰা … Read more

বেলাড’নাৰ প্ৰধান লক্ষণ সমূহ আৰু বিভিন্ন ৰোগত ইয়াৰ ব্যৱহাৰ

হোমিওপেথিক চিকিৎসাত সততে ব্যৱহাৰ হোৱা এবিধ ঔষধ হৈছে বেলাড’না ।সকলো ৰোগতে প্ৰকাশ পোৱা ইয়াৰ প্ৰধান লক্ষণ সমূহ তলত আলোচনা কৰা হৈছে । ১.হঠাৎ উৎপত্তি হয়, নিয়মিত চলে আৰু হঠাৎ নোহোৱা হয় –যেনে বিষ-যন্ত্ৰণা আদি হঠাৎ তীব্ৰভাবে উপস্থিত হয় আৰু হঠাৎ নিবৃত হয় । চৰ্দি লাগিলে হঠাৎ অতি তীব্ৰ ৰূপ ধাৰণ কৰে আৰু হঠাৎ চৰ্দি নোহোৱা … Read more

এক’নাইট নেপেলাচ(Aconitum Napellus):সাধাৰণ লক্ষণ আৰু বিভিন্ন ৰোগৰ চিকিৎসাত ইয়াৰ ব্যৱহাৰ

এক’নাইট নেপেলাচৰ সাধাৰণ লক্ষণ জ্বৰ আৰু প্ৰদাহত এক’নাইট সাধাৰণ পানীলগাত এক’নাইট শুকান ক্ৰুপ কাহত এক’নাইটৰ ব্যৱহাৰ হঠাৎ ভয় খোৱাৰ ফলত সৃষ্টি হোৱা উদ্বেগৰ চিকিৎসাত হঠাৎ সৃষ্টি হোৱা উচ্চ ৰক্তচাপ আৰু বুকুৰ ধপধপনি মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ চিকিৎসাত এক’নাইট নতুন বাত বিষৰ চিকিৎসাত এক’নাইট হঠাৎ পেট খামুচি ধৰা,বমিৰ চিকিৎসাত এক’নাইট হঠাতে হোৱা কাণৰ বিষৰ চিকিৎসাত এক’নাইট … Read more

সময় অনুপাতে ৰোগ বৃদ্ধি : হোমিও চিকিৎসা

সময়ৰ সৈতে ৰোগৰ লক্ষণ হোমিওপেথিক পদ্ধতিত লক্ষণ সমষ্টিৰ যথেষ্ট গুৰুত্ব আছে । সঠিক লক্ষণত সঠিক ঔষধ ব্যৱহাৰ কৰিবলৈ সঠিক লক্ষণ ধৰা পেলোৱাটো অতি দৰকাৰী । দেখা যায় কিছু ৰোগ সদায় প্ৰায় একে সময়ত উৎপত্তি হয় বা বৃদ্ধি হয় । তেনে লক্ষণবোৰ লক্ষ কৰিব লগীয়া । এইদৰে সময়ৰ সৈতে হ্ৰাস বৃদ্ধি হোৱা ৰোগৰ লক্ষণবোৰ ভালদৰে নিৰিক্ষণ … Read more

লিউকোৰিয়াৰ হোমিওপেথিক প্ৰতিকাৰ: মহিলাৰ স্বাস্থ্যৰ বাবে প্ৰাকৃতিক সকাহ

    There may be affiliate links on this post. For more details, please visit our Affiliate Disclosure. প্ৰদৰ( Leucorrhea) ৰোগ কি ? বিভিন্ন কাৰণত জৰায়ুৰ শ্লেষ্মাৱৰণৰ (Mucous Membrane)ৰ ৰোগ হৈ জৰায়ুৰ পৰা গাখীৰৰ দৰে বগা , হালধীয়া, তেজ আৰু বগা বীৰ্য্য মিহলি,ঘোলা পানীৰ দৰে বা পানীৰ দৰে বিভিন্ন বৰণৰ স্ৰাৱ নিৰ্গত হ’লে তাক প্ৰদৰ … Read more

চকুৰ সংবেদনশীলতা,মূৰ ঘূৰোৱা আৰু মূৰৰ বিষৰ হোমিওপেথিক চিকিৎসা

    This post contains affiliate links. For more details, please visit our Affiliate Disclosure. বতাহত চকু মেলিবলৈ অসুবিধা, চকুৰ ভিতৰত বিষ, মূৰ ঘূৰোৱা, অনবৰতে মূৰৰ বিষ অনুভৱ কৰেনে কি ? এই লক্ষণ সমূহ হতাশাজনক হ’ব পাৰে বিশেষকৈ যদি ই আপোনাৰ দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰে । এই অস্বস্তিসমূহ দূৰ কৰিবলৈ হোমিওপেথিত লক্ষণসমূহৰ মূল কাৰণ … Read more