জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ

জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ

সৰু ল’ৰা- ছোৱালী বিলাকৰ জ্বৰত সাধাৰণতে এই ঔষধ ব্য়ৱহাৰ হয় ।



Click To Buy

এই ঔষধৰ প্ৰধান লক্ষণ হ’ল মূৰটো ঘামে ।

সৰু ল’ৰা-ছোৱালীবোৰে সকলো সময়তে আমনি কৰি থাকে ।

খেলিবলৈ দিলে খেলা বস্তু দলিয়াই দিয়ে ।

পেন পেনাই থাকে ।

কেৱল কোলাত লৈ ফুৰিলে আনমি নকৰে ।

এনে লক্ষণ পালে নেৰানেপেৰা জ্বৰ (Continued fever), পাল জ্বৰ ( Remittent fever ), ইনফ্লুয়েঞ্জা ( Influenza ) আদি সকলো জ্বৰতে কেম’মিলা ( Chamomila ) ব্য়ৱহাৰ হয় ।

কেম’মিলা ( Chamomila ) টাইফইড ( Typhoid ) জ্বৰত ব্য়ৱহাৰ নহয় ।


The Best Selling Laptop.
Click To Buy