জ্বৰ আৰু মূৰৰ বিষত ব্য়ৱহাৰ হোৱা হোমিওপেথিকৰ এটা অতি ফলপ্ৰসু ঔষধ হৈছে বেলাডোনা (Belladona)
বেলাডোনাৰ জ্বৰত ৰোগীৰ মূৰত হাতুৰীয়ে মৰাৰ দৰে প্ৰচণ্ড বিষ হয় । জ্বৰ মূৰত উঠে । বাঘ -ভালুক আদি হিংস্ৰ জন্তু দেখে । এনে লক্ষণ পালে বেলাডোনা সময় মতে ব্য়ৱহাৰ কৰিলে মূৰৰ বিষ আৰু জ্বৰৰ উপশম হয় ।
ভাইৰাচ জনিত ৰোগৰ চিকিৎসাত বেলাডোনা অতি ফলপ্ৰসু ঔষধ । বিশেষকৈ পিঠাখোৱা ৰোগ ( mumps )ৰ চিকিৎসাত বেলাডোনা অতি অব্য়ৰ্থ ঔষধ ।কৰোণা ভাইৰাচৰ লক্ষণ পালেও বেলাডোনাই আৰোগ্য কৰে ।
আগলৈ……