শ্বাসতন্ত্ৰৰ ৰোগ

হাওঁফাওঁৰ ৰোগ আৰু হোমিওপেথিক চিকিৎসা

হাওঁফাওঁৰ ৰোগে হাওঁফাওঁ আৰু বায়ুপথকে ধৰি শ্বাস-প্ৰশ্বাসতন্ত্ৰক প্ৰভাৱিত কৰা বহুতো অৱস্থাক বুজায়। ৰোগৰ বাবে সাধাৰণতে ব্যৱহৃত হোমিওপেথিক ঔষধৰ ভিতৰত আৰ্ছেনিকাম এলবাম, ব্ৰায়নিয়া আলবা, ফছফৰাছ, আৰু পালচেটিলা আদি।

হাওঁফাওঁৰ ৰোগৰ বাবে হোমিওপেথিক চিকিৎসাৰ লক্ষ্য হৈছে লক্ষণসমূহ উপশম কৰা, প্ৰদাহ হ্ৰাস কৰা, হাওঁফাওঁৰ কাৰ্য্যক্ষমতা উন্নত কৰা আৰু সামগ্ৰিক সুস্থতা বৃদ্ধি কৰা ।

হোমিওপেথিক চিকিৎসাত শ্বাসযন্ত্ৰৰ কেতবোৰ ৰোগ আৰু এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা কেতবোৰ ঔষধৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।

  • ইনফ্লুৱেঞ্জা ঘাটক হ’ব পাৰে
    Epidemic ৰূপে প্ৰকাশ পালে ভয়ংকৰ হ’ব পাৰে Influenza ইনফ্লুয়েঞ্জা সাধাৰণতে বতৰ পৰিবৰ্ত্তন হোৱাৰ ফলত বা শৰীৰত অতিৰিক্ত ঠাণ্ডা সোমোৱাৰ ফলত উৎপন্ন হয় । কেতিয়াবা এই ৰোগ সংক্ৰামক ভাবে ( Epidemic ) প্ৰকাশ পায় । লক্ষণ– এই ৰোগে আক্ৰমণ কৰাৰ লগে লগে অতি সোনকালে ৰোগী দুৰ্বল হয় । হাত-ভৰি আৰু গোটেই শৰীৰ অৱশ হৈ আহে । … Read more

Leave a comment