ইনফ্লুৱেঞ্জা ঘাটক হ’ব পাৰে

Epidemic ৰূপে প্ৰকাশ পালে ভয়ংকৰ হ’ব পাৰে Influenza ইনফ্লুয়েঞ্জা সাধাৰণতে বতৰ পৰিবৰ্ত্তন হোৱাৰ ফলত বা শৰীৰত অতিৰিক্ত ঠাণ্ডা সোমোৱাৰ ফলত উৎপন্ন হয় । কেতিয়াবা এই ৰোগ সংক্ৰামক ভাবে ( Epidemic ) প্ৰকাশ পায় । লক্ষণ– এই ৰোগে আক্ৰমণ কৰাৰ লগে লগে অতি সোনকালে ৰোগী দুৰ্বল হয় । হাত-ভৰি আৰু গোটেই শৰীৰ অৱশ হৈ আহে । … Read more