কেচুঁমূৰীয়া বা অৰ্শ ৰোগ(Piles) : কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসা

কেচুঁমূৰীয়া বা অৰ্শ ৰোগ কি ? অৰ্শ ৰোগ স্বাধীন ৰোগ নহয় । শৰীৰৰ আন ভিতৰুৱা ৰোগৰ পৰা অৰ্শ ৰোগ সৃষ্টি হয় । ই হৈছে মলদ্বাৰ আৰু মলদ্বাৰত অৱস্থিত ৰক্তবাহী নলী ফুলি উঠা এক অৱস্থা। বহু লোকে এই ৰোগত ভুগি থাকিলেও লাজ-সংকোচত আনক নজনায় বা সময় মতে ডাক্তৰৰ পৰামৰ্শ নলয় । এই ৰোগক সেয়ে গুপ্ত ৰোগ … Read more

ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ হোমিওপেথিক চিকিৎসা

লৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত হোমিওপেথিক চিকিৎসা অতি ফলপ্ৰসু অজীৰ্ণ ৰোগৰ লক্ষণ– অজীৰ্ণ ৰোগৰ বিষয়ে আগৰ পষ্টত আলোচনা কৰি অহা হৈছে । বয়স্থ লোক বা সৰু ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ লক্ষণ একে আৰু ঔষধও প্ৰায় একেবোৰ ব্যৱহাৰ হয় । তলত কেইটামান ঔষধৰ বিষয়ে আলোচনা কৰা হ’ল । Aethusa Cynapium( ইথুজা চাইনাপিয়াম )– এই ঔষধটো কেঁচুৱা ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত … Read more

হোমিও ঔষধেৰে পেট কামুৰণিৰ চিকিৎসা

এই ঔষধৰ লক্ষণ হৈছে– পেট কামোৰণিৰ বাবে ল’ৰা-ছোৱালীবোৰে সকলো সময়তে পেনপেনাই আমনি কৰি থাকে । কোলাত উঠি ফুৰিবলৈ বিচাৰে । সকলো সময়তে খং ভাব দেখুৱায় ।

আপুনি জানেনে অতিপাত গৰম পৰাৰ বাবেও অজীৰ্ণ ৰোগ হ’ব পাৰে ?

আপুনি জানেনে অতিপাত গৰম পৰাৰ বাবেও অজীৰ্ণ ৰোগ হ’ব পাৰে ? অজীৰ্ণ ৰোগত আইপেকাকুৱানা অজীৰ্ণ ৰোগত এণ্টিম ক্ৰোড অজীৰ্ণ ৰোগত কাৰ্বোভেজ অজীৰ্ণ ৰোগত চিনা অজীৰ্ণ ৰোগত লাইকোপডিয়াম অজীৰ্ণ ৰোগত নাক্স ভমিকা অজীৰ্ণ ৰোগৰ কাৰণ অজীৰ্ণ ৰোগৰ লক্ষণ চিনা আৰু কাৰ্বোভেজৰ পাৰ্থক্য অজীৰ্ণ ৰোগত পালসেটিলা অজীৰ্ণ ৰোগৰ কাৰণ আজিকালি প্ৰায় মানুহৰে অজীৰ্ণ,গেছৰ সমস্যা আদি অভিযোগৰ কথা … Read more

আপুনি জানে নে হজম শক্তি কম হ’লেও ডায়েৰীয়া ৰোগ হয় ?

ডায়েৰীয়া হোৱাৰ বহু কাৰণৰ ভিতৰত এটা হ’ল হজম শক্তি কম হোৱা । হজম শক্তি কম হৈ ডায়েৰীয়া হোৱাৰ লক্ষণ হ’ল-যি খায় হজম নহৈ সেই খাদ্য শৌচৰ লগত ওলায় ।

খোৱাৰ পাছতেই শৌচ কৰিব লাগে বা খাই থাকোতেই শৌচ কৰিব লাগে ।

শৌচৰ লগত বায়ু যায় ।

গৰম দিনত হোৱা ডায়েৰীয়া (Diarrhoea) ৰোগৰ হোমিওপেথিক চিকিৎসা

গৰমৰ দিনত হোৱা ডায়েৰীয়া ৰোগৰ হোমিও চিকিৎসা : ডায়েৰীয়াৰ লক্ষণ : ডায়েৰীয়াৰ লক্ষণ হৈছে ঘনাই পনীয়া শৌচ হয় । এই ৰোগক অতিশাৰ বুলিও কোৱা হয় । ডায়েৰীয়াৰ লগত কেতিয়াবা পেটত বিষ থাকে । সাধাৰণতে বিষ নাথাকে । ডায়েৰীয়া বা অতিশাৰৰ কাৰণ যিবোৰ কাৰণত ডায়েৰীয়া হোৱা দেখা যায় তাৰ সংখ্যা অনেক । তাৰে কেইটামান কাৰণ তলত … Read more