শ্বাসতন্ত্ৰৰ ৰোগ

হাওঁফাওঁৰ ৰোগ আৰু হোমিওপেথিক চিকিৎসা

হাওঁফাওঁৰ ৰোগে হাওঁফাওঁ আৰু বায়ুপথকে ধৰি শ্বাস-প্ৰশ্বাসতন্ত্ৰক প্ৰভাৱিত কৰা বহুতো অৱস্থাক বুজায়। ৰোগৰ বাবে সাধাৰণতে ব্যৱহৃত হোমিওপেথিক ঔষধৰ ভিতৰত আৰ্ছেনিকাম এলবাম, ব্ৰায়নিয়া আলবা, ফছফৰাছ, আৰু পালচেটিলা আদি।

হাওঁফাওঁৰ ৰোগৰ বাবে হোমিওপেথিক চিকিৎসাৰ লক্ষ্য হৈছে লক্ষণসমূহ উপশম কৰা, প্ৰদাহ হ্ৰাস কৰা, হাওঁফাওঁৰ কাৰ্য্যক্ষমতা উন্নত কৰা আৰু সামগ্ৰিক সুস্থতা বৃদ্ধি কৰা ।

হোমিওপেথিক চিকিৎসাত শ্বাসযন্ত্ৰৰ কেতবোৰ ৰোগ আৰু এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা কেতবোৰ ঔষধৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।

  • হোমিওপেথিক চিকিৎসাৰে ব্ৰংকাইটিছৰ পৰা মুক্ত হওক
    পৰিচয় ব্ৰংকাইটিছ (Bronchitis) হৈছে এক সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত ৰোগ যি ৰোগত বিশ্বৰ লাখ লাখ লোক আক্ৰান্ত হয়। ইয়াৰ বৈশিষ্ট্য হ’ল হাওঁফাওঁলৈ বায়ু কঢ়িয়াই অনা বায়ুপথ ব্ৰংকিয়েল টিউবৰ প্ৰদাহ । এই লেখাত ব্ৰংকাইটিছৰ কাৰণ, লক্ষণ আৰু হোমিওপেথিক পদ্ধতিত ইয়াৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰা হৈছে। ব্ৰংকাইটিছৰ কাৰণ ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত ব্ৰংকাইটিছ হ’ব পাৰে। তীব্ৰ ব্ৰংকাইটিছৰ আটাইতকৈ … Read more
  • সাধাৰণ চৰ্দি(Common Cold)ৰ চিকিৎসাত ব্যৱহাৰ হোৱা হোমিওপেথিক ঔষধ সমূহ
    পানী লগাৰ লগত যদি জ্বৰ থাকে তেন্তে Ferrum Phos ব্যৱহাৰ কৰিব লাগে ।
  • আপুনি জানেনে যে হোমিওপেথিক চিকিৎসাত অতি জটিল আৰু পুৰণি কাহও আৰোগ্য হয় ?
    হোমিওপেথিক ঔষধেৰে সাধাৰণ কাহৰ চিকিৎসা Aconite Napৰ ব্যৱহাৰৰ লক্ষণ হঠাৎ বতাহ লাগি যদি কাহ হয় তেন্তে Aconite Nap ব্যৱহাৰ কৰা হয় । এই কাহৰ লক্ষণ হৈছে ডিঙি-মুখ শুকাই যায় আৰু শুকান কষ্টকৰ কাহ হয় । ৰাতি শুব নোৱাৰে । অস্থিৰ হয় । পানী পিয়াহ থাকে । হঠাৎ জ্বৰ বমি আদি হয় । এনে লক্ষণ পালে … Read more
  • পানী লগা ৰোগ বা সাধাৰণ চৰ্দি(Common Cold)ৰ কাৰণ আৰু লক্ষণ
    পানী লগা সাধাৰণতে বতৰ পৰিবৰ্ত্তন আৰু ঠাণ্ডা লগাৰ বাবে উৎপত্তি হয় । কিছুমান মানুহৰ বা ল’ৰা-ছোৱালীৰ বতৰ পৰিবৰ্ত্তন বা ঠাণ্ডা লগাৰ লগত সম্বন্ধ নেথাকি প্ৰায়ে সঘনাই পানী লাগি থাকে । তেনে কিছু উদাহৰণ হ’ল–এডিনাইট ,পলিপি আদি নাকৰ ৰোস্নায়ু দুৰ্বল হ’লে বা যৌন ব্যাধি থাকিলে প্ৰায়ে পানী লাগি থাকে ।

Leave a comment