- সূতা-কৃমিৰ সংক্ৰমণ : লক্ষণ, প্ৰতিৰোধ, আৰু হোমিওপেথিক চিকিৎসাসূতা-কৃমি কেনেকৈ মানুহৰ শৰীৰত প্ৰৱেশ কৰে This post contain may affiliate links. We may earn a commission if you make a purchase at no extra cost to you. For more details, please see our Affiliate Disclosure. সূতা-কৃমিক পিনৱৰ্ম বুলিও কোৱা হয় । সাধাৰণতে ইহঁত অতি সুক্ষ্ম অণুবীক্ষণিক আকৃতিৰ কণীৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰে । … Read more
- কেচুঁমূৰীয়া(Piles) : কাৰণ, লক্ষণ আৰু হোমিওপেথিক চিকিৎসাপাতনি পাইলছ, যাক অৰ্শ বুলিও কোৱা হয়, হৈছে মলদ্বাৰ আৰু মলদ্বাৰত অৱস্থিত ৰক্তবাহী নলী ফুলি উঠা এক অৱস্থা। বহু লোকে এই ৰোগত ভুগি থাকিলেও লাজ-সংকোচত আনক নজনায় বা সময় মতে ডাক্তৰৰ পৰামৰ্শ নলয় । এই ৰোগক সেয়ে গুপ্ত ৰোগ বুলিও জনা যায় । এই ৰোগত মলদ্বাৰৰ ৰক্তবাহী নলী ফুলি উঠাৰ বাবে মলত্যাগ কৰাৰ সময়ত অস্বস্তি, … Read more
- ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ হোমিওপেথিক চিকিৎসালৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত হোমিওপেথিক চিকিৎসা অতি ফলপ্ৰসু অজীৰ্ণ ৰোগৰ লক্ষণ– অজীৰ্ণ ৰোগৰ বিষয়ে আগৰ পষ্টত আলোচনা কৰি অহা হৈছে । বয়স্থ লোক বা সৰু ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগৰ লক্ষণ একে আৰু ঔষধও প্ৰায় একেবোৰ ব্যৱহাৰ হয় । তলত কেইটামান ঔষধৰ বিষয়ে আলোচনা কৰা হ’ল । Aethusa Cynapium( ইথুজা চাইনাপিয়াম )– এই ঔষধটো কেঁচুৱা ল’ৰা-ছোৱালীৰ অজীৰ্ণ ৰোগত … Read more
- আপুনি জানে নে হজম শক্তি কম হ’লেও ডায়েৰীয়া ৰোগ হয় ?ডায়েৰীয়া হোৱাৰ বহু কাৰণৰ ভিতৰত এটা হ’ল হজম শক্তি কম হোৱা । হজম শক্তি কম হৈ ডায়েৰীয়া হোৱাৰ লক্ষণ হ’ল-যি খায় হজম নহৈ সেই খাদ্য শৌচৰ লগত ওলায় ।খোৱাৰ পাছতেই শৌচ কৰিব লাগে বা খাই থাকোতেই শৌচ কৰিব লাগে ।শৌচৰ লগত বায়ু যায় ।