আঘাত,মুচুকা খোৱাত সৰ্বশ্ৰেষ্ঠ হোমিওপেথিক চিকিৎসা

( সজাগতা সৃষ্টিৰ উদ্দেশ্য এই লেখনি লেখা হৈছে। ই কোনো প্ৰকাৰে ঔষধৰ পৰামৰ্শ নহয় । এই লেখা পঢ়াৰ পূৰ্বে আমাৰ ৱেবচাইটৰ চৰ্ত আৰু নিয়মাৱলী তথা ৱেবচাইটৰ ঘোষণা পঢ়ি ল’বলৈ অনুৰোধ জনাওঁ । অধিক জানিবলৈ ৱেবচাইটৰ ঘোষণা পঢ়ক-Site disclaimer) আঘাত,মুচুকা খোৱা আদিত ব্যৱহাৰ হোৱা কেইটামান বিশেষ হোমিওপেথিক ঔষধ তলত আলোচনা কৰা হৈছে । Arnica Mont-( আৰ্ণিকা … Read more

হোমিওপেথিক চিকিৎসাত মাম্পচ(Mumps) বা পিঠাখোৱা ৰোগ অতি সহজে আৰোগ্য হয়

মাম্পচ বা পিঠাখোৱা ৰোগৰ হোমিও চিকিৎসা মাম্পচ এবিধ ভাইৰাচ জনিত ৰোগ আৰু ই এক প্ৰকাৰ বসন্ত সদৃশ ৰোগ । ই প্ৰধানকৈ লালটি গ্ৰন্থিক আক্ৰমণ কৰে আৰু বিশেষকৈ কৰ্ণমূল গ্ৰন্থী। (Mumps is a viral infection that primarily affects the salivary glands, particularly the parotid glands, which are located near the ears. It can cause swelling, pain, … Read more

হোমিও ঔষধেৰে পেট কামুৰণিৰ চিকিৎসা

এই ঔষধৰ লক্ষণ হৈছে– পেট কামোৰণিৰ বাবে ল’ৰা-ছোৱালীবোৰে সকলো সময়তে পেনপেনাই আমনি কৰি থাকে । কোলাত উঠি ফুৰিবলৈ বিচাৰে । সকলো সময়তে খং ভাব দেখুৱায় ।

আপুনি জানেনে অতিপাত গৰম পৰাৰ বাবেও অজীৰ্ণ ৰোগ হ’ব পাৰে ?

হোমিওপেঠিক ঔষধেৰে অজীৰ্ণ ৰোগৰ চিকিৎসা অজীৰ্ণ ৰোগৰ কাৰণ আজিকালি প্ৰায় মানুহৰে অজীৰ্ণ,গেছৰ সমস্যা আদি অভিযোগৰ কথা শুনা যায় । মানুহৰ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে বা নিয়মিত খোৱা-বোৱা নকৰাৰ বাবে বা ভোক লগাৰ বাবে নেখাই বিলাসিতা হিচাপে খাদ্য খোৱাৰ বাবে এনে সমস্যা থকা ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে বুলিব পাৰি। প্ৰাকৃতিক চিকিৎসাৰে অজীৰ্ণ ৰোগৰ পৰা সহজে মুক্ত … Read more

আপুনি জানেনে যে হোমিওপেথিক চিকিৎসাত অতি জটিল আৰু পুৰণি কাহও আৰোগ্য হয় ?

হোমিওপেথিক ঔষধেৰে সাধাৰণ কাহৰ চিকিৎসা Aconite Napৰ ব্যৱহাৰৰ লক্ষণ হঠাৎ বতাহ লাগি যদি কাহ হয় তেন্তে Aconite Nap ব্যৱহাৰ কৰা হয় । এই কাহৰ লক্ষণ হৈছে ডিঙি-মুখ শুকাই যায় আৰু শুকান কষ্টকৰ কাহ হয় । ৰাতি শুব নোৱাৰে । অস্থিৰ হয় । পানী পিয়াহ থাকে । হঠাৎ জ্বৰ বমি আদি হয় । এনে লক্ষণ পালে … Read more

আপুনি জানে নে হজম শক্তি কম হ’লেও ডায়েৰীয়া ৰোগ হয় ?

ডায়েৰীয়া হোৱাৰ বহু কাৰণৰ ভিতৰত এটা হ’ল হজম শক্তি কম হোৱা । হজম শক্তি কম হৈ ডায়েৰীয়া হোৱাৰ লক্ষণ হ’ল-যি খায় হজম নহৈ সেই খাদ্য শৌচৰ লগত ওলায় ।

খোৱাৰ পাছতেই শৌচ কৰিব লাগে বা খাই থাকোতেই শৌচ কৰিব লাগে ।

শৌচৰ লগত বায়ু যায় ।