জ্বৰত ব্ৰাইওনিয়া এলবা (Bryonia Alba)ৰ ব্য়ৱহাৰ

জ্বৰত ব্য়ৱহাৰ কৰা আন এটা হোমিওপেথিক ঔষধ হৈছে ব্ৰাইওনিয়া এলবা (Bryonia Alba) ব্ৰাইওনিয়া এলবাৰ (Bryonia Alba) মূল লক্ষণ হৈছে ইয়াৰ ৰোগ হঠাৎ নহৈ ধীৰে ধাৰে আৰম্ভ হয় । ৰোগ সম্পূৰ্ণ ৰূপে প্ৰকাশ পাবলৈ কেইবাদিনো লাগে । বাহিৰত প্ৰকাশ পোৱাৰ আগেয়ে ই তলে তলে দেহত বিয়পি পৰে । কেইবাদিনৰ পৰা গাটো জ্বৰ জ্বৰ লাগি থাকে বা … Read more

জ্বৰ আৰু মূৰৰ বিষত বেলাডোনা(Belladona)ৰ ব্য়ৱহাৰ

জ্বৰ আৰু মূৰৰ বিষত ব্য়ৱহাৰ হোৱা হোমিওপেথিকৰ এটা অতি ফলপ্ৰসু ঔষধ হৈছে বেলাডোনা (Belladonna) বেলাডোনাৰ জ্বৰত ৰোগীৰ মূৰত হাতুৰীয়ে মৰাৰ দৰে প্ৰচণ্ড বিষ হয় । জ্বৰ মূৰত উঠে । বাঘ -ভালুক আদি হিংস্ৰ জন্তু দেখে । এনে লক্ষণ পালে বেলাডোনা সময় মতে ব্য়ৱহাৰ কৰিলে মূৰৰ বিষ আৰু জ্বৰৰ উপশম হয় । ভাইৰাচ জনিত ৰোগৰ চিকিৎসাত … Read more

জ্বৰত ফেৰৰাম ফচফৰিকাম ( Ferrum Phosphoricum )ৰ ব্যৱহাৰ

সকলো জ্বৰৰ ঔষধ ফেৰৰাম ফচফৰিকাম ( Ferrum Phosphoricum) সকলো জ্বৰতে প্ৰথমৰে পৰা শেষলৈকে Ferrum Phoos ব্যৱহাৰ কৰিব লাগে । এই ঔষধৰ লক্ষ্যণ থকা জ্বৰত কিছুমান ৰোগীৰ দেহত ঘাম থাকে আৰু কিছুমানৰ ঘাম নেথাকে । ফেৰৰাম ফচ ব্য়ৱহাৰ কৰিব লগীয়া ৰোগীৰ সাধাৰণ লক্ষ্যণ হ’ল অতি দুৰ্বলতা আৰু অনবৰতে শুই থকাৰ ইচ্ছা । কিন্তু শুই থাকিলে ইয়াৰ … Read more

গ্ৰীষ্ম কালত হোৱা কিছু ৰোগৰ হোমিও চিকিৎসা

Disclosure This post contains affiliate links, which means we may earn a commission if you click through and make a purchase at no extra cost to you. For more details, please see our Affiliate Disclosure. গৰম কালি সৰু ল’ৰা-ছোৱালীৰ সঘনাই জ্বৰ আদি হোৱা দেখা যায় । যদি এই জ্বৰ হোৱাৰ কাৰণ প্ৰচণ্ড গৰমত থকাৰ বাবে … Read more