নেৰানেপেৰা জ্বৰ(Continued Fever) আৰু পাল জ্বৰ( Remittent Fever ) কি? ইয়াৰ লক্ষণ আৰু হোমিওপেথিক চিকিৎসা

নেৰানেপেৰা জ্বৰ (Continued Fever) আৰু পাল জ্বৰ(Remittent Fever)ৰ লক্ষণ তলত উল্লেখ কৰা হ’ল নেৰানেপেৰা জ্বৰ (Continued Fever ) : নেৰানেপেৰা জ্বৰৰ আৰম্ভনিতে ৰোগীৰ জ্বাৰ লাগে , কঁপে আৰু সমগ্ৰ শৰীৰত বিষ হয় । বমি হয় বা বমি কৰিম কৰিম লাগি থাকে । Pulse অৰ্থাৎ নাড়ী ঘনাই চলে । জ্বৰৰ তাপ ১০২ ডিগ্ৰীৰ পৰা ১০৫ ডিগ্ৰীলৈকে … Read more

জ্বৰত ৰাস টক্সিকোডেণ্ড্ৰণ ( Rhus Toxicodendron )ৰ ব্য়ৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা ঔষধ হৈছে ৰাস টক্সিকোডেণ্ড্ৰণ চমুকৈ ৰাস টক্স ( Rhus Tox ) নেৰানেপেৰা জ্বৰ ( Continued Fever ), পাল জ্বৰ ( Intermittent Fever ) আৰোগ্য় নহৈ যদি টাইফইড (Typhoid ) জ্বৰৰ লক্ষণ প্ৰকাশ পায় তেতিয়া ৰাস টক্স ব্য়ৱহাৰ কৰিব লাগে । টাইফইড জ্বৰৰ লক্ষণ হ’ল– জ্বৰ সকলো সময়তে থাকে । ৰাতিপুৱা … Read more

জ্বৰত আৰ্চেনিক এলবাম ( Arsenic Albam )ৰ ব্য়ৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে আৰ্চেনিক এলবাম ( Arsenic Albam ) এই ঔষধ ব্য়ৱহাৰ হোৱা ৰোগীৰ জ্বৰ দিনৰ বা ৰাতিৰ ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত বৃদ্ধি হয় ( Temperature increases From 12 A.M to 2 A.M or 12 P.M. 2 P.M everyday ) । জ্বৰ যিমানেই বৃ্দ্ধি হয় ৰোগী সিমানেই অস্থিৰ … Read more

জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ

জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ সৰু ল’ৰা- ছোৱালী বিলাকৰ জ্বৰত সাধাৰণতে এই ঔষধ ব্য়ৱহাৰ হয় । এই ঔষধৰ প্ৰধান লক্ষণ হ’ল মূৰটো ঘামে । সৰু ল’ৰা-ছোৱালীবোৰে সকলো সময়তে আমনি কৰি থাকে । খেলিবলৈ দিলে খেলা বস্তু দলিয়াই দিয়ে । পেন পেনাই থাকে । কেৱল কোলাত লৈ ফুৰিলে আনমি নকৰে । এনে লক্ষণ পালে নেৰানেপেৰা … Read more

জ্বৰত ভেৰেট্ৰাম ভিৰাইড (Veratrum Viride) ৰ ব্যৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride ) জ্বৰত আন দৰৱৰ ক্ষেত্ৰত উল্লেখ কৰা সাধাৰণ লক্ষণবোৰৰ লগতে যদি তেজৰ দৰে ৰঙা বৰণৰ কম প্ৰস্ৰাৱ হয় তেন্তে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride ) ব্য়ৱহাৰ কৰিব লাগে । ভেৰেট্ৰাম ভিৰাইডৰ মূল লক্ষণবোৰ হৈছে ৰোগী কাজিয়া প্ৰিয় ( Quarrelsome) আৰু ভ্ৰময়ুক্ত ( … Read more

জ্বৰত ইপিকাকুৱানা ( Ipecacuanha)ৰ ব্য়ৱহাৰ

জ্বৰত ইপিকাকুৱানা ( Ipecacuanha )ৰ ব্য়ৱহাৰ জ্বৰত এই ঔষধটো ব্য়ৱহাৰ কৰাৰ প্ৰধান লক্ষণ হ’ল– (ক ) সকলো সময়তে বমি কৰিম বমি কৰিম লাগি থাকে । বমি কৰিলেও বমি কৰিম কৰিম লাগি থকা ভাব নুগুছে । (খ) জ্বৰ উঠাৰ লগে লগে শৌচ আৰু বমি হয় । মন কৰিব লগীয়া যে জ্বৰ উঠাৰ লগে লগে যদি টেঙা … Read more