জ্বৰত ফেৰৰাম ফচফৰিকাম ( Ferrum Phosphoricum )ৰ ব্যৱহাৰ
সকলো জ্বৰৰ ঔষধ ফেৰৰাম ফচফৰিকাম ( Ferrum Phosphoricum) সকলো জ্বৰতে প্ৰথমৰে পৰা শেষলৈকে Ferrum Phoos ব্যৱহাৰ কৰিব লাগে । এই ঔষধৰ লক্ষ্যণ থকা জ্বৰত কিছুমান ৰোগীৰ দেহত ঘাম থাকে আৰু কিছুমানৰ ঘাম নেথাকে । ফেৰৰাম ফচ ব্য়ৱহাৰ কৰিব লগীয়া ৰোগীৰ সাধাৰণ লক্ষ্যণ হ’ল অতি দুৰ্বলতা আৰু অনবৰতে শুই থকাৰ ইচ্ছা । কিন্তু শুই থাকিলে ইয়াৰ … Read more