জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ

জ্বৰত কেম’মিলা ( Chamomila )ৰ ব্য়ৱহাৰ সৰু ল’ৰা- ছোৱালী বিলাকৰ জ্বৰত সাধাৰণতে এই ঔষধ ব্য়ৱহাৰ হয় । এই ঔষধৰ প্ৰধান লক্ষণ হ’ল মূৰটো ঘামে । সৰু ল’ৰা-ছোৱালীবোৰে সকলো সময়তে আমনি কৰি থাকে । খেলিবলৈ দিলে খেলা বস্তু দলিয়াই দিয়ে । পেন পেনাই থাকে । কেৱল কোলাত লৈ ফুৰিলে আনমি নকৰে । এনে লক্ষণ পালে নেৰানেপেৰা … Read more

জ্বৰত ভেৰেট্ৰাম ভিৰাইড (Veratrum Viride) ৰ ব্যৱহাৰ

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride ) জ্বৰত আন দৰৱৰ ক্ষেত্ৰত উল্লেখ কৰা সাধাৰণ লক্ষণবোৰৰ লগতে যদি তেজৰ দৰে ৰঙা বৰণৰ কম প্ৰস্ৰাৱ হয় তেন্তে ভেৰেট্ৰাম ভিৰাইড ( Veratrum Viride ) ব্য়ৱহাৰ কৰিব লাগে । ভেৰেট্ৰাম ভিৰাইডৰ মূল লক্ষণবোৰ হৈছে ৰোগী কাজিয়া প্ৰিয় ( Quarrelsome) আৰু ভ্ৰময়ুক্ত ( … Read more

জ্বৰত ইপিকাকুৱানা ( Ipecacuanha)ৰ ব্য়ৱহাৰ

জ্বৰত ইপিকাকুৱানা ( Ipecacuanha )ৰ ব্য়ৱহাৰ জ্বৰত এই ঔষধটো ব্য়ৱহাৰ কৰাৰ প্ৰধান লক্ষণ হ’ল– (ক ) সকলো সময়তে বমি কৰিম বমি কৰিম লাগি থাকে । বমি কৰিলেও বমি কৰিম কৰিম লাগি থকা ভাব নুগুছে । (খ) জ্বৰ উঠাৰ লগে লগে শৌচ আৰু বমি হয় । মন কৰিব লগীয়া যে জ্বৰ উঠাৰ লগে লগে যদি টেঙা … Read more

জ্বৰত নাক্স ভমিকাৰ ব্য়ৱহাৰ ( Nux Vomica )

জ্বৰত ব্য়ৱহাৰ হোৱা আন এটা হোমিও ঔষধ হৈছে নাক্স ভমিকা (Nux Vomica) জ্বৰত নাক্স ভমিকা ( Nux Vomica) ব্য়ৱহাৰ কৰিব লগীয়া ৰোগীৰ সকলো সময়তে জাৰ লাগি থাকে । ঘামিলেও জাৰ নুগুছে । সকলো সময়তে কাপোৰ লৈ থাকিব লগা হয় । নাক্স ভমিকাৰ আন এটা লক্ষণ হ’ল ঘনাই শৌচ বা প্ৰস্ৰাৱ কৰিব লাগে । শৌচ বা … Read more

জ্বৰত ব্ৰাইওনিয়া এলবা (Bryonia Alba)ৰ ব্য়ৱহাৰ

জ্বৰত ব্য়ৱহাৰ কৰা আন এটা হোমিওপেথিক ঔষধ হৈছে ব্ৰাইওনিয়া এলবা (Bryonia Alba) ব্ৰাইওনিয়া এলবাৰ (Bryonia Alba) মূল লক্ষণ হৈছে ইয়াৰ ৰোগ হঠাৎ নহৈ ধীৰে ধাৰে আৰম্ভ হয় । ৰোগ সম্পূৰ্ণ ৰূপে প্ৰকাশ পাবলৈ কেইবাদিনো লাগে । বাহিৰত প্ৰকাশ পোৱাৰ আগেয়ে ই তলে তলে দেহত বিয়পি পৰে । কেইবাদিনৰ পৰা গাটো জ্বৰ জ্বৰ লাগি থাকে বা … Read more

জ্বৰ আৰু মূৰৰ বিষত বেলাডোনা(Belladona)ৰ ব্য়ৱহাৰ

জ্বৰ আৰু মূৰৰ বিষত ব্য়ৱহাৰ হোৱা হোমিওপেথিকৰ এটা অতি ফলপ্ৰসু ঔষধ হৈছে বেলাডোনা (Belladonna) বেলাডোনাৰ জ্বৰত ৰোগীৰ মূৰত হাতুৰীয়ে মৰাৰ দৰে প্ৰচণ্ড বিষ হয় । জ্বৰ মূৰত উঠে । বাঘ -ভালুক আদি হিংস্ৰ জন্তু দেখে । এনে লক্ষণ পালে বেলাডোনা সময় মতে ব্য়ৱহাৰ কৰিলে মূৰৰ বিষ আৰু জ্বৰৰ উপশম হয় । ভাইৰাচ জনিত ৰোগৰ চিকিৎসাত … Read more