মূৰৰ ৰোগ DisclosureThis page contains posts with affiliate links. For more details, please visit our Affiliate Disclosure. জ্বৰ আৰু মূৰৰ বিষত বেলাডোনা(Belladona)ৰ ব্য়ৱহাৰby mothertincture.com8 July 2023জ্বৰ আৰু মূৰৰ বিষত ব্য়ৱহাৰ হোৱা হোমিওপেথিকৰ এটা অতি ফলপ্ৰসু ঔষধ হৈছে বেলাডোনা (Belladonna) বেলাডোনাৰ জ্বৰত ৰোগীৰ মূৰত হাতুৰীয়ে মৰাৰ দৰে প্ৰচণ্ড বিষ হয় । জ্বৰ মূৰত উঠে । বাঘ -ভালুক আদি হিংস্ৰ জন্তু দেখে । এনে লক্ষণ পালে বেলাডোনা সময় মতে ব্য়ৱহাৰ কৰিলে মূৰৰ বিষ আৰু জ্বৰৰ উপশম হয় । ভাইৰাচ জনিত ৰোগৰ চিকিৎসাত বেলাডোনা অতি ফলপ্ৰসু ঔষধ । … Read more